হট চকলেট ৰেচিপি
সামগ্রী -
ডার্ক চকলেট ৪ টেবুল চামুচ
কোকো পাউদাৰ ১ টেবুল চামুচ
হুইপিং ক্রিম ২ টেবুল চামুচ
চেনি ১ টেবুল চামুচ
গাখীৰ ১ গিলাচ
প্ৰস্তুত প্রনালী --- চকলেট খিনি ৰুকি বা খুব মিহিকৈ কাটি লওঁক। এচামুচ চকলেট হুইপিং ক্রিমৰ সৈতে ফেটি লব। আধা কাপ গাখীৰত কোকো পাউদাৰ চামুচ গুলি লৈ বাকী খিনি গাখীৰ গৰম হবলৈ দিয়ক। ভালদৰে গৰম হলে গাখীৰত কোকো পাউদাৰ, চেনি আৰু চকলেট খিনি দি এক মিনিট মান সময় একেৰাহে লৰাই নমাই আনি গিলাচত ঢালি ওপৰত হুইপিং ক্রিম দি চকলেটেৰে সজাই পৰিবেশন কৰিব।
No comments:
Post a Comment