অসমৰ পাৰম্পৰিক জ্বলা বটা ৰেচিপি
Assamese Authentic Jola Bota Recipe
সামগ্ৰী --
জলকীয়া গুৰি দুই টেবুল চামুচ
জালুকৰ গুৰি এক টেবুল চামুচ
ধনীয়া গুৰি দুই টেবুল চামুচ
জিৰা গুৰি এক টেবুল চামুচ
গৰম মছলা এক চাহ চামুচ
হালধি গুৰি এক চাহ চামুচ
গঞ্চনা বটা দুই চাহ চামুচ
আদা বটা এক চাহ চামুচ
নিমখ সোৱাদ অনুযায়ী
মিঠাতেল ৩৫০ গ্ৰাম
প্ৰস্তুত প্ৰণালী --- অতীজৰে পৰা বৰ্তমান সময়লৈ অসমত ভাতৰ লগত জ্বলা বটাৰ জুতি লোৱা প্ৰথা প্ৰচলিত হৈ আহিছে। বিশেষকৈ নামনি অসমত জ্বলা বটাৰ প্ৰচলন অধিক। অতিকৈ মুখৰোচক জ্বলা বটা তৈয়াৰ কৰিবলৈও সহজ। আটাইকেইবিধ সামগ্ৰী লগলগাই ভালদৰে সানি আধা ঘন্টা মান সময় ঢাকি থৈ দিয়ক। মছলাতকৈ তেল অলপ বেছি হব লাগিব। তাৰ পিছত আইনাৰ বটলত ভৰাই থৈ মাহ ডেৰ মাহলৈ জ্বলা বটাৰ জুতি লব পাৰি।

No comments:
Post a Comment