Tuesday, 9 July 2019

Summer Special Aamras Recipe


চামাৰ স্পেচিয়েল আমৰস ৰেচিপি

সামগ্ৰী --
পকা আম এক কিলো
পাউদাৰ চেনি দুই টেবুল চামুচ
শুকান আদাৰ গুৰি আধা চামুচ
ইলাচিৰ গুৰি এচিকুট
নিমখ এচিকুট

প্ৰস্তুত প্ৰণালী  ---    আম কেইটা কাটি মিক্সিত দি পিউৰি কৰি লওঁক। আঁহ বেছি থকা যেন পালে পিউৰি খিনি চেকি লব। বহল বাচন এটাত আটাইবোৰ সামগ্ৰী ভালদৰে মিহলাই লৈ বাচনটো আধা ঘন্টা ফ্ৰীজত থৈ দিয়ক। তাৰ পিছত লুচিৰ লগত পৰিবেশন কৰক। ইচ্ছা কৰিলে ফ্ৰীজত নোথোৱাকৈও খাব পাৰে।

No comments: