Sunday, 7 July 2019

Perfect Sunny Side Up Recipe


সামগ্ৰী --
কণী দুটা
নিমখ এচিকুট
জালুকৰ গুৰি এচিকুট
তেল বা বাটাৰ এচামুচ

প্ৰস্তুত প্ৰণালী ---     ননষ্টিক তাৱা এখনত তেল অথবা বাটাৰ গৰম হবলৈ দি কণীটো মাজেৰে লাহেকৈ ভাঙি পোনেপোনেই তাৱাত দিয়ক। আনটো কণীও একেদৰে ভাঙি দিব। কণীৰ ওপৰত নিমখ আৰু জালুকৰ গুৰি ছটিয়াই দিয়ক। জুই কম মধ্যমীয়াকৈ ৰাখিব। এক মিনিট মান পিছত নমাই আনি গৰমে গৰমে চানি চাইড আপ পৰিবেশন কৰিব। 

No comments: