Sunday, 21 July 2019

Oreo Biscuit Muffins In Pressure Cooker





সামগ্ৰী --

অৰিও বিস্কুট দুই পেকেট
বাটাৰ এক টেবুল চামুচ
বেকিং পাউদাৰ আধা চামুচ
চকলেট এচেঞ্চ এক চামুচ

প্ৰস্তুত প্ৰণালী ----    কুকাৰত এগিলাচ নিমখ বহলাই দি ঢাকোন লগাই দহ মিনিট প্ৰীহিট হবলৈ দিয়ক। ঢাকনি খনৰ ৰবৰ আৰু হুইচেল খুলি থব।নিমখৰ ওপৰত ষ্টেণ্ড বা জালি এখন ৰাখিব।  বিস্কুট কেইখন মিক্সিত গুৰি কৰি লব। এতিয়া আটাইখিনি সামগ্ৰী মিহলাই লৈ মাফিন মল্ডত ভৰাই কুকাৰত দি ৬-৮ মিনিট বেক কৰিব। সৰু ল'ৰা -ছোৱালীৰ লগতে ডাঙৰ সকলোয়েও খাই খুব সোৱাদ পাব।