ফ্ৰুটি ছিজ কুয়েনেল
সামগ্ৰী --
পকা আম দুটা
আমূল ক্ৰীম ২০০ মি: লি
আমূল ছিজ ১/২ কাপ
কনডেন্স মিল্ক ১/২ কাপ
গাখীৰ ১/২ কাপ
প্ৰস্তুত প্ৰণালী ------ আম দুটা কাটি মিক্সিত দি পিউৰি বনাই একাষে থৈ দিয়ক। গাখীৰ খিনি গৰম কৰি লৈ ছিজ খিনি দি গলি যোৱালৈ একেৰাহে লৰাই অলপ ঠান্ডা কৰি লব। ক্ৰীম খিনি ঘন হোৱালৈ ফেটিব লাগিব। এতিয়া বহল বাচন এটাত সকলো বোৰ সামগ্ৰী লগলগাই ভালদৰে মিহলাই লৈ ঢাকোন থকা কনটেইনাৰত ভৰাই ফ্ৰীজাৰত ৫-৬ ঘন্টা অথবা এৰাতি থৈ দিব। তাৰ পিছত উলিয়াই আনি চামুচেৰে কুয়েনেল সজাই পৰিবেশন কৰিব।

No comments:
Post a Comment