সামগ্ৰী --
( ১ ) ভকুৱা মাছ ৬-৭ টুকুৰা
হনি চয়া ছছ এক টেবুল চামুচ
বলচামিক ভিনেগাৰ দুই টেবুল চামুচ
নেমু দুচকল আৰু ৰস দুচামুচ
জালুকৰ গুৰি আধা চামুচ
নহৰু পাঁচ ছয় কোহ
নিমখ সোৱাদ অনুযায়ী
তেল জোখ মতে
( ২ ) ছিজী পটেট'ৰ বাবে লাগিব --
সিজোৱা আলু দুটা
আমূল প্ৰচেজ ছিজ দুচামুচ
জালুকৰ গুৰি এচিকুট
নেমুৰ ৰস এক চামুচ
পুদিনা পাত অলপ
নিমখ জুতি মতে
প্ৰস্তুত প্ৰণালী ----- ( ১ ) মাছ কেইটুকুৰা ধুই পানী টুকি লৈ বলচামিক ভিনেগাৰ সানি এঘন্টা থৈ দিয়ক। ননষ্টিক কেৰাহী এখনত জোখ মতে তেল দি মাছ কেইটুকুৰা ভালদৰে ভাজি লওঁক। মাছ ভাজোতে নেমুৰ চকল আৰু নহৰু কেইকোহ তেলত দি লব। হনি ছয়া ছছৰ লগত নেমুৰ ৰস আৰু জালুকৰ গুৰি মিহলাই লৈ ভজা মাছৰ ওপৰত ঢালি দি কেৰাহীটো নমাই থব।
( ২ ) সিজোৱা আলুৰ লগত বাকী খিনি সামগ্ৰী ভালদৰে পিটিকি লব। প্লেটত প্ৰথমে ছিজী পটেট' দি ওপৰতভজা মাছ ৰাখি লগত নিজৰ পছন্দৰ চালাড চাটনিৰে সজাই পৰিবেশন কৰিব।

No comments:
Post a Comment