শেৱালি ফুলৰ পাতৰ বড়ভাজা
সামগ্ৰী --
শেৱালি ফুলৰ পাত ৮-১০ টা
মুগৰ দাইল বটা দুই টেবুল চামুচ
চাউলৰ গুৰি এক টেবুল চামুচ
জলকীয়া গুৰি এক চাহ চামুচ
ধনীয়া গুৰি আধা চাহ চামুচ
নেমুৰ ৰস এক চাহ চামুচ
ধনীয়া পুদিনা পাত অলপ
নিমখ সোৱাদ অনুযায়ী
তেল জোখ মতে
প্ৰস্তুত প্ৰণালী --- ফুলৰ পাত কেইটা ধুই খৰাহী এটাত একাষে থৈ দিয়ক। দাইল খিনি বটোতে ধনীয়া পুদিনা পাত কেইটাও একেলগে দি মিহিকৈ বটি লব। সকলো খিনি সামগ্ৰী মিহলাই লৈ আন্দাজ মতে অলপ পানী দি গোটা ঘোল এটা তৈয়াৰ কৰি লওঁক। ফুলৰ পাত কেইটা ঘোলটোত ভালদৰে লেটিয়াই তেলত ডুবাই ভাজি গৰমে গৰমে পৰিবেশন কৰিব।

No comments:
Post a Comment