Monday, 24 June 2019

Paan Ice Cream

পাণ আইচ ক্ৰীম

সামগ্ৰী --
মিঠা পাত্তি পাণ পাঁচ পাত
আমূল ক্ৰীম ২০০ মি:লি
চেনি দুই টেবুল চামুচ
গুলকন্দ এক টেবুল চামুচ
পাউদাৰ গাখীৰ দুই টেবুল চামুচ

প্ৰস্তুত প্ৰণালী -----    পাণ কেইপাতৰ ঠাৰি গুচাই কাটি লওঁক। পাণৰ লগত সকলো বোৰ সামগ্ৰী মিক্সিত মিহিকৈ পিহি লৈ ঢাকোন থকা বাচন এটাত ঢালি ফ্ৰীজাৰত থৈ দিয়ক। দুঘণ্টা পিছত বাচনটো উলিয়াই আনি পাণৰ মিশ্ৰণটো আকৌ  মিক্সিত অলপ পিহি বাচনটোত ভৰাই ৫-৬ ঘন্টা অথবা এৰাতি পুনৰ ফ্ৰীজাৰত থৈ উলিয়াই আনি পৰিবেশন কৰিব।


No comments: