Monday, 4 March 2019

Maha Shivratri Special Coconut Laddu

মহাশিৱৰাত্ৰি বিশেষ নাৰিকলৰ লাড়ু
Maha Shivratri Special Coconut Laddu

সামগ্ৰী --
শুকান নাৰিকল এটা
চেনি ২৫০ অথবা
এফাল কোকোৰাৰ জোখৰ
কৰ্পূৰ দুই টুকুৰা ( এচিকুট )

প্ৰস্তুত প্ৰণালী ----    নাৰিকলটো ৰুকি চেনিৰে সৈতে ভালদৰে সানি লওঁক। ননষ্টিক কেৰাহী এটাত নাৰিকল খিনি লৈ প্ৰথম দহ মিনিট মধ্যমীয়া জুইত আৰু তাৰ পিছত কম জুইত কিছুসময় ভাজি নাৰিকল খিনি বান্ধ খাইছেনে চাই লৈ কৰ্পূৰ দি নমাই আনি নিজৰ পছন্দ মতে লাড়ু বনাই লব।

No comments: