মাণ্ডাৰীণ আপ চাইড ডাউন এগলেছ কেক
Mandarin Upside Down Eggless Cake
সামগ্ৰী ---
মাণ্ডাৰীণৰ ৰস আধা কাপ
মাণ্ডাৰীণৰ বাকলি দুচামুচ
মাণ্ডাৰীণ তিনিটা
ময়দা ডেৰ কাপ
চেনি, ৰিফাইন তেল
আৰু দৈ আধা কাপকৈ
গাখীৰ দুই টেবুল চামুচ
বেকিং পাউদাৰ এচামুচ
বেকিং ছ'ডা আধা চামুচ
ভেনিলা এচেঞ্চ এচামুচ
নিমখ আধা চামুচ
কেৰামেলৰ বাবে লাগিব..
চেনি দুই টেবুল চামুচ
পানী আধা কাপ
ডালচেনি এটুকুৰা
নিমখ এচিকুট
প্ৰস্তুত প্ৰণালী ---- মাণ্ডাৰীণ তিনিটা বাকলিৰে সৈতে পাতলকৈ চকলীয়াই লওঁক। কেৰামেল খিনি বনাই মাণ্ডাৰীণৰ চকল বোৰ কেৰামেলত পাঁচ মিনিট সিজাই ঠান্ডা হবলৈ দিয়ক। কেক টিন এটাত বাটাৰ পেপাৰ পাৰি বাটাৰ সানি লব। শুকান সামগ্ৰী কেইবিধ লগলগাই চালি লব। বাকী থকা সামগ্ৰী খিনি ভালদৰে ফেটি লৈ ময়দাৰ মিশ্ৰণটো অলপ অলপকৈ দি লাহে লাহে মিহলাই লব। কেক টিন টোত মাণ্ডাৰীণৰ টুকুৰা বোৰ সজাই ওপৰত ময়দাৰ মিশ্ৰণ খিনি বহলাই দি প্ৰীহিট অভেনত ১৮০ ডিগ্ৰীত ৪০-৪৫ মিনিট বেক কৰি ঠান্ডা হলে প্লেট এখনত ওলোটা কৰি দি বাটাৰ পেপাৰ খন গুচাই কেক পৰিবেশন কৰিব।

No comments:
Post a Comment