চালগম নহৰুৰ তাৱা কাবাব
Turnip Garlic Tawa Kabab
সামগ্ৰী --
চালগম দুটা, আলু এটা
মিহিকৈ কুটা নহৰু এচামুচ
আৰু আদা আধা চামুচ
পিয়াজ, জলকীয়া দুটাকৈ
জিৰা ধনীয়া গুৰি এচামুচ
কচুৰি মিথি আৰু জালুকৰ
গুৰি আধা চামুচ কৈ
ধনীয়া পুদিনা পাত অলপ
নেমুৰ ৰস দুই চামুচ
নিমখ, জলকীয়া গুৰি
সোৱাদ অনুযায়ী
চুজি,দৈ এক টেবুল চামুচকৈ
তেল জোখ মতে
প্ৰস্তুত প্ৰণালী ---- চালগম আৰু আলু সিজাই পিটিকি লওঁক,লগতে চুজি আৰু দৈ খিনিও লব। জলকীয়া পিয়াজ সৰুকৈ কুটি লব। বহল বাচন এটাত সকলো বোৰ সামগ্ৰী লগলগাই ভালদৰে সানি লৈ নিজৰ পছন্দ মতে আকাৰ দি কাবাব কেইটা কম জুইত তাৱাত ভাজি গৰমে গৰমে জুতি লওঁক।

No comments:
Post a Comment