Friday, 15 February 2019

Stir Fried Broccoli Pak Choy / Bok Choy

ব্ৰকলি পকচৈ/ বকচৈ ভজা চালাড
Stir Fried Broccoli Pak Choy / Bok Choy

সামগ্ৰী --
ব্ৰকলি এবাতি
পকচৈ এবাতি
বিলাহী এটা
কেঁচা জলকীয়া দুটা
নেমুৰ ৰস দুচামুচ
অলিভ অইল দুচামুচ
মিহিকৈ কুটা নহৰু আধা চামুচ
কচুৰি মিথি আধা চামুচ
জালুকৰ গুৰি আধা চামুচ
নিমখ সোৱাদ অনুযায়ী

প্ৰস্তুত প্ৰণালী ----    ব্ৰকলি খিনি অলপ সিজাই ঠান্ডা পানীৰে ধুই লব। পকচৈ,বিলাহী আৰু জলকীয়া জোখ মতে কাটি লওঁক। কেৰাহীত অলিভ অইল দি নহৰু জলকীয়া সামান্য ভাজি লৈ বাকী মছলা ,নিমখ, নেমুৰ ৰস আৰু পাচলি খিনি দি পাঁচ মিনিট ভাজি নমাই থব।


No comments: