পালেং আৰু চুকা শাকৰ চুৰুহা
Spinach & Bladder Dock Soup
সামগ্ৰী ---
পালেং শাক দুমুঠি
চুকা শাক এমুঠি
পিয়াজৰ পাত একাপ
ক্ৰীম এক টেবুল চামুচ
বাটাৰ এক চাহ চামুচ
ধনীয়া আৰু জালুকৰ
গুৰি আধা চামুচকৈ
ধনীয়া পুদিনা অলপ
কেঁচা জলকীয়া দুটা
নহৰু ৪-৫ কোহ
নিমখ জুতি মতে
প্ৰস্তুত প্ৰণালী ---- শাক কেইবিধ ধুই পানী টুকি লব। বাটাৰত শাক, জলকীয়া, নহৰু আৰু মছলা দুই মিনিট সময় ভাজি ধনীয়া পুদিনা পাতৰ সৈতে মিক্সিত পিহি লওঁক। শাকৰ মিশ্ৰণ খিনিৰ লগত এবাতি পানী মিহলাই উতলিবলৈ দি নিমখ আৰু ক্ৰীম খিনি দি ঘন হলে নমাই গৰমে গৰমে পৰিবেশন কৰক।

No comments:
Post a Comment