Wednesday, 20 February 2019

Rice Flakes Breakfast With Apple Cherry Broccoli

আপেল চেৰি ব্ৰকলিৰে চিৰাৰ জলপান
Rice Flakes Breakfast With Apple Cherry Broccoli

সামগ্ৰী --
চিৰা এবাতি
আপেল এটা
চেৰি ৫-৬ টা
ব্ৰকলি এবাতি
জলকীয়া আৰু
পিয়াজ দুটাকৈ
ধনীয়া পাত অলপ
বিলাহীৰ ছছ দুচামুচ
জালুকৰ গুৰি আৰু
ধনীয়াগুৰি আধা চামুচকৈ
নিমখ সোৱাদ অনুযায়ী
তেল প্ৰয়োজন মতে

প্ৰস্তুত প্ৰণালী ----    চিৰা বাতি দহ মিনিট মান আগতে ধুই  তৰিয়াই থব। ব্ৰকলি খিনি সিজাই ঠান্ডা পানীৰে ধুই লব।  ফল আৰু পাচলি খিনি সৰুকৈ কাটি লওঁক। কেৰাহীত জোখ মতে তেল দি পিয়াজ,জলকীয়া আৰু মছলা ভাজি ফল আৰু পাচলি ভাজিব। এতিয়া ছছ আৰু নিমখ দি চিৰা খিনি ভাজি ধনীয়া পাত দি নমাই গৰমে গৰমে পৰিবেশন কৰক।

No comments: