ভজা মছলাৰে পোৰা বেঙেনা
Roasted Brinjal With Bhuna Masala
সামগ্ৰী --
বেঙেনা ৩-৪ টা
পিয়াজ, বিলাহী এটাকৈ
কেঁচা জলকীয়া দুটা
আদা নহৰু বটা এচামুচ
গোটা জিৰা, ধনীয়া, চফ
গুটি আধা চামুচকৈ
গোটা গৰম মছলা অলপ
কচুৰি মিথি আধা চামুচ
ধনীয়া পাত এমুঠি
নিমখ, জলকীয়া গুৰি
সোৱাদ অনুযায়ী
ঘি এচামুচ,হালধি অলপ
তেল প্ৰয়োজন মতে
প্ৰস্তুত প্ৰণালী --- বেঙেনা কেইটা জুইত পুৰি বাকলি গুচাই অলপ পিটিকি লওঁক। গোটা মছলা কেইবিধ শুদা কেৰাহীত ভাজি গুৰি কৰি লব লগতে পাচলি খিনিও সৰুকৈ কাটি লব। কেৰাহীত তেল আৰু ঘি দি মছলা আৰু পাচলি ভাজি লৈ বেঙেনা খিনি ভাজিব। ভজা হলে নিমখ আৰু ধনীয়া পাত দি নমাই থব।

1 comment:
borhiya bou👌👌👌
Post a Comment