Friday, 8 February 2019

Cheese Stuffed Sweet Potato Fried Ball

ছিজ ষ্টাফড চুইত পটেট' ফ্ৰাইদ বল
Cheese Stuffed Sweet Potato Fried Ball

সামগ্ৰী --
মিঠা আলু ৩-৪ টা
ৰোকা মজেৰেলা ছিজ একাপ
কচুৰি মিথি এচামুচ
জালুকৰ গুৰি আৰু
চাট মছলা আধা চামুচকৈ
পুদিনা পাত এমুঠি
নিমখ সোৱাদ অনুযায়ী
তেল জোখ মতে

প্ৰস্তুত প্ৰণালী ---   ছিজ খিনিত জালুকৰ গুৰি আৰু পুদিনা পাতৰ আধা মান মিহলাই একাষে থৈ দিয়ক। মিঠা আলু কেইটা সিজাই পিটিকি লৈ নিমখ ,মছলা আৰু পুদিনা পাত দি ভালদৰে সানি লৈ মাজত ছিজৰ ষ্টফিং দি লাড়ু বনাই গৰম তেলত কম জুইত ভাজিব। গৰমে গৰমে খাবলৈ খুবেই সোৱাদ লগা হয়।

No comments: