Monday, 11 February 2019

Manipuri Black Rice pitha

মণিপুৰী কলা বৰা চাউলৰ পিঠা
Manipuri Black Rice Pitha

সামগ্ৰী --
মণিপুৰী চাউল এক কিলো
চেনি ডেৰ কাপ
নাৰিকল এটা
গুড় আধা কাপ
তিল এক কাপ

প্ৰস্তুত প্ৰণালী ----   চাউল খিনি এৰাতি তিয়াই থৈ ৰাতিপুৱা খৰাহী এটাত তৰিয়াই থৈ এঘন্টা মান পিছত পিঠাগুৰি খুন্দি লব। নাৰিকল টো ৰুকি চেনিৰ সৈতে ভাজি লব। তিল খিনি অলপ ভাজি সামান্য খুন্দি লৈ গুড়ৰ লগত আকৌ অলপ ভাজি লব। লোহা বা মাটিৰ চৰুত এমুঠি গুৰি অলপ বহলাই দি মাজত ভজা নাৰিকল দি মেৰিয়াই দিব। এনেদৰে তিলৰ পিঠা কেইখনো ভাজি লব।

No comments: