অমৰাৰে ভাঙন মাছৰ টেঙা থুপথুপিয়া
Bhangon Fish Tangy Jhol With Amra
সামগ্ৰী --
ভাঙন মাছ ৭-৮ টা
পকা অমৰা ৪-৫ টা
কেঁচা জলকীয়া দুটা
ডাঙৰ আলু এটা
সৰিয়হ আধা চামুচ
জালুকৰ গুৰি আৰু
ধনীয়া গুৰি আধা চামুচকৈ
নিমখ সোৱাদ অনুযায়ী
তেল,হালধি জোখ মতে
প্ৰস্তুত প্ৰণালী ---- অমৰা আৰু আলু সিজাই পানীৰে সৈতে পিটিকি লওঁক। সৰিয়হ আৰু জলকীয়া দুটা একেলগে বটি লব। কেৰাহীত জোখ মতে তেল দি নিমখ হালধি সানি মাছ কেইটা ভাজি তুলি থৈ সেই তেলতে বটা আৰু গুৰি মছলা ভাজি অমৰা আলু পানীৰে সৈতে দি নিমখ হালধি আৰু ভজা মাছ দি উতলিব দিব। আঞ্জা খন উতলি ঘন হৈ আহিলে নমাই থব।

No comments:
Post a Comment