নাচি গোৰেঙ ( ইণ্ডোনেছিয়ান ফ্ৰাইদ ৰাইচ )
Nasi Goreng ( Indonesian Fried Rice )
সামগ্ৰী --
ভাত এবাতি
সিজোৱা ব্ৰকলি আৰু
গাজৰ এক কাপকৈ
পিয়াজৰ পাত একাপ
কটা লিক একাপ
পিয়াজ,বিলাহী এটাকৈ
জলকীয়া বটা এচামুচ
আদা নহৰু বটা এচামুচ
ধনীয়া পাত এমুঠি
ছয়া ছছ এচামুচ
নিমখ জুতি মতে
তেল জোখ মতে
প্ৰস্তুত প্ৰণালী ----- কেৰাহীত জোখ মতে তেল দি পিয়াজ খিনি অলপ ভাজি জলকীয়া বটা আৰু আদা নহৰু বটা ভাজি লৈ পাচলি কেইবিধ ভাজিব। নিমখ আৰু ছয়া ছছ দি ভাত খিনিও ভাজিব। ভালদৰে ভজা হলে ধনীয়া পাত দি নমাই আনি গৰমে গৰমে পৰিবেশন কৰিব।

No comments:
Post a Comment