বিতৰুট নহৰুৰে আবেলিৰ জলপান
Tea Time Beetroot Garlic Bite
সামগ্ৰী --
বিতৰুট,জলকীয়া দুটাকৈ
পিয়াজ, বিলাহী, গাজৰ এটাকৈ
মিহিকৈ কুটা নহৰু ডেৰ চামুচ
পানী চেকা দৈ দুই টেবুল চামুচ
ধনীয়া গুৰি, কচুৰি মিথি,
চাট মছলা আধা চামুচকৈ
ধনীয়া পুদিনা পাত অলপ
নিমখ, জালুক,জলকীয়া
গুৰি সোৱাদ অনুযায়ী
নেমুৰ ৰস দুচামুচ
তেল অথবা বাটাৰ
প্ৰয়োজন অনুসৰি
প্ৰস্তুত প্ৰণালী --- আলুটো সিজাই পিটিকি লওঁক। বিত আৰু গাজৰ ৰুকি লব। বাকী পাচলি মিহিকৈ কুটি লব। বহল বাচন এটাত সকলো বোৰ সামগ্ৰী লগলগাই ভালদৰে সানি নিজৰ পছন্দ মতে আকাৰ দি তাৱাত কম তেল বা বাটাৰত অথবা কেৰাহীত বেছি তেলত ভাজি গৰমে গৰমে পৰিবেশন কৰক।

No comments:
Post a Comment