Saturday, 26 January 2019

Chocolate Coffee Cupcake

চকলেট কফি কাপকেক
Chocolate Coffee Cupcake

সামগ্ৰী --
ময়দা  ডেৰ কাপ
কোকো পাউদাৰ আধা কাপ
ৰিফাইন তেল আধা কাপ
ঠান্ডা পানী আধা কাপ
চেনি,গাখীৰ এক কাপকৈ
কফি পাউদাৰ এক চামুচ
বেকিং পাউদাৰ এক চামুচ
বেকিং ছ'ডা ডেৰ চামুচ
ভেনিলা এচেঞ্চ দুচামুচ
ভিনেগাৰ এক চামুচ
নিমখ এচিকুট
কণী দুটা

প্ৰস্তুত প্ৰণালী  ---   চেনি আৰু কণী দুটা একেলগে চেনি গলি যোৱাকৈ ফেটি লওঁক। বহল বাচন এটাত ময়দা, কোকো পাউদাৰ, কফি,বেকিং পাউদাৰ, বেকিং ছ'ডা আৰু নিমখ লগলগাই চালি লব। এতিয়া ময়দাৰ মিশ্ৰণ টোত কণী আৰু বাকী থকা সকলো সামগ্ৰী মিহলাই লৈ ভালদৰে ফেটি কাপকেক ম'ল্ডত ভৰাই প্ৰীহিট অভেনত ১৮০ ডিগ্ৰীত ২২-২৫ মিনিট বেক কৰিব।

No comments: