Friday, 28 December 2018

Aata Coconut Laddu

আটা নাৰিকলৰ লাড়ু
Aata Coconut Laddu

সামগ্ৰী --
আটা দুকাপ, ঘি একাপ
শুকান নাৰিকলৰ গুৰি একাপ
চেনি ডেৰ কাপ বা জুতি মতে
বাদামৰ গুৰি আধা কাপ
ইলাচিৰ গুৰি আধা চামুচ

প্ৰস্তুত প্ৰণালী ---  আটা খিনি একো নিদিয়াকৈ শুদা কেৰাহীত কম জুইত ভালদৰে ভাজি লওঁক। চেনি খিনি মিক্সিত দি মিহি গুৰি কৰি লব। বহল বাচন এটাত সকলো বোৰ গুৰি সামগ্ৰী মিহলাই লৈ অলপ অলপ কৈ ঘি দি ভালদৰে সানি নিজৰ পছন্দ মতে লাড়ু বনাই লব। ঘিৰ পৰিমাণ কম বেছি হব পাৰে। আইনাৰ বটলত ভৰাই থৈ এক ডেৰ মাহলৈ আটা নাৰিকলৰ লাড়ুৰ জুতি লব পৰা যায়।

No comments: