তৰমুজৰ বেক কৰা জলপান
Tea Time Watermelon Snacks ( Baked )
সামগ্ৰী --
ময়দা এক কাপ
তৰমুজৰ পিউৰি এক কাপ
চুজি, চেনি আধা কাপকৈ
কণী দুটা বা পানী চেকা দৈ একাপ
বাটাৰ বা তেল দুই টেবুল চামুচ
বেকিং পাউদাৰ আৰু ভেনিলা
এচেঞ্চ এক চামুচ কৈ
গাখীৰ অলপ ( প্ৰয়োজন মতে)
খোৱা ৰঙা ৰং ২-৩ টোপাল
নিমখ এচিকুট
প্ৰস্তুত প্ৰণালী --- বাটাৰ,চেনি আৰু কণীৰ কুহুম একেলগে ভালদৰে ফেটি লওঁক। কণীৰ বগা অংশ বেলেগে ফেটি লব। কণী নোখোৱা সকলে পানী চেকি লোৱা দৈ ব্যৱহাৰ কৰিব পাৰিব। ময়দা, চুজি, বেকিং পাউদাৰ আৰু নিমখ একেলগে চালি লব। এতিয়া বহল বাচন এটাত দুয়োবিধ মিশ্ৰণ, তৰমুজৰ পিউৰি ,ফুড কালাৰ আৰু ভেনিলা এচেঞ্চ লগলগাই লওঁক। গাখীৰ প্ৰয়োজন হলেহে অলপ অলপকৈ দি লাহে লাহে মিহলাই লব। মিশ্ৰণটো বেছি পনীয়া হব নালাগে। যিকোনো আকাৰৰ চিলিকন মল্ডত ভৰাই ১৮০ ডিগ্ৰীত ৩০-৩৫ মিনিট বেক কৰিব। আবেলিৰ চাহ কাপৰ লগত খাবলৈ খুবেই জুতি লগা হয়

No comments:
Post a Comment