বিতৰুট কৰ্ণ কাবাব
Beetroot Corn Kabab
সামগ্ৰী --
বিত,কেঁচা জলকীয়া দুটাকৈ
আলু, পিয়াজ,কণী এটাকৈ
ধনীয়া পুদিনা পাত অলপ
ধনীয়া গুৰি,চাট মচলা আধা চামুচকৈ
কৰ্ণফ্লেক্স আধা কাপ
নেমুৰ ৰস দুচামুচ
নিমখ, জালুকৰ গুৰি জুতি মতে
তেল প্ৰয়োজন মতে
প্ৰস্তুত প্ৰণালী -- বিত আৰু আলু সিজাই মিহিকৈ পিটিকি লওঁক। পিয়াজ আৰু জলকীয়া দুটা সৰুকৈ কুটি লব। কণীটো অলপ ফেটি লব। এতিয়া বহল বাচন এটাত কৰ্ণফ্লেক্স খিনি হাতেৰে মোহাৰি লৈ তাত সকলোবোৰ সামগ্ৰী লগলগাই ভালদৰে সানি লব। সৰু সৰু লাড়ু বনাই চেপেটা কৰি কাবাব কেইটা ননষ্টিক তাৱাত কম তেলত ভাজি ছছ চাটনিৰ লগত গৰমে গৰমে জুতি লওঁক।

No comments:
Post a Comment