মিঠা গাখীৰ মথ্রি
Sweet Milk Mathri
সামগ্ৰী --
ময়দা দুই কাপ
গাখীৰ এক কাপ
পাউদাৰ গাখীৰ আৰু
চেনি আধা কাপকৈ
ঘি তিনি টেবুল চামুচ
বগা তিল এক টেবুল চামুচ
তেল বা ঘি মথ্রি ভাজিবলৈ
নিমখ এচিকুট
প্ৰস্তুত প্ৰণালী --- ময়দা খিনিত পাউদাৰ গাখীৰ, চেনি, তিল,ঘি আৰু নিমখ মিহলাই লৈ গাখীৰেৰে আটাৰ দৰে মাৰি ( টানকৈ) পোন্ধৰ মিনিট মান ঢাকি থৈ দিয়ক। তাৰ পিছত ময়দা খিনি আকৌ এবাৰ মাৰি লৈ সৰু সৰু লাড়ু বনাই চেপেটা কৰি কম জুইত তেল বা ঘিত ভাজি লব। এয়াৰ টাইত কন্তেনাৰত ভৰাই থৈ বহু দিনলৈ চাহ কফিৰ লগত মথ্রিৰ সোৱাদ লব পাৰি।

No comments:
Post a Comment