চকলেট গাজৰৰ মিঠাই
Chocolate Carrot Delight
সামগ্ৰী..
গাজৰ আধা কিলো
হোৱাইট চকলেট ১২০ গ্ৰাম
পাউদাৰ গাখীৰ ২ টেবুল চামুচ
ইলাচি গুৰি, নিমখ এচিকুট
বাদাম ৮-১০ টা মান
গৰম গাখীৰ একাপ
ঘি দুচামুচ
প্ৰস্তুত প্ৰণালী -- গাজৰ কেইটা ধুই ৰুকি লওঁক। চকলেট খিনি গলাই বা ৰুকিও লব পাৰে। বাদাম কেইটা অলপ গুৰি কৰি লব। গাখীৰত পাউদাৰ গাখীৰ খিনি গুলি লওঁক। ননষ্টিক কেৰাহী এটাত ঘিত গাজৰ খিনি ভাজিব। ভাজি থাকোতে নিমখ আৰু বাদামৰ গুৰি খিনি দিব। গাজৰৰ ৰস শুকালে চকলেট আৰু গাখীৰ দি একেৰাহে কিছু সময় লৰাই থাকিব লাগিব। গাজৰৰ মিশ্ৰণটো কেৰাহীৰ পৰা এৰাই আহিলে ইলাচি গুৰি দি নমাই থব। অলপ মান ঠান্ডা হলে নিজৰ পছন্দৰ আকাৰ দি চাহ অথবা কফিৰ লগত পৰিবেশন কৰিব।

No comments:
Post a Comment