Monday, 29 October 2018

Cauliflower-FishFried Cake

ফুলকবি-মাছৰ
ভজা কেক
Cauliflower-Fish Fried Cake

সামগ্ৰী --
যিকোনো ডাঙৰ মাছ ৪-৫ টুকুৰা
সিজোৱা ফুলকবি  একাপ
পিয়াজ, কেঁচা জলকীয়া এটাকৈ
মিহিকৈ কুটা নহৰু আধা চামুচ
ধনীয়া গুৰি, কচুৰি মিথি,আমৰ গুৰি
বা চাট মছলা আধা চামুচকৈ
নিমখ, জালুকৰ গুৰি জুতি মতে
তেল বা বাটাৰ প্ৰয়োজন মতে

প্ৰস্তুত প্ৰণালী ---  পিয়াজ জলকীয়া মিহিকৈ কুটি লব। মাছ কেইটুকুৰা সিজাই কাঁইটবোৰ গুচাই লৈ ফুলকবিৰ লগত পিটিকি লওঁক। এতিয়া মাছৰ লগত সকলো সামগ্ৰী মিহলাই ভালদৰে

No comments: