কেন্দি ফ্ৰুতি ইলিউজন
Candy Fruity illusion
সামগ্ৰী -
আনাৰস কেন্দি - কেইটুকুৰা মান
প্লাম - কেইটুকুৰা মান
ডালিমৰ গুটি অলপ
মেংগো মুজ আইচ ক্ৰীম দুচামুচ
ফেটি লোৱা ক্ৰীম দুচামুচ
ক্ৰীমি তৰমুজ ছছ দুচামুচ
ৰোজ এচেঞ্চ দুটোপাল
প্ৰস্তুত প্ৰণালী - গৰমত
শৰীৰ শীতল কৰি ৰখা পুষ্টিকৰ আৰু অতি সুস্বাদু উপাদানেৰে তৈয়াৰী ইলিউজন সৰু ল'ৰা-ছোৱালীৰ অতিকৈ প্রিয়। খাবলৈ সচাকৈয়ে খুব সোৱাদ লগা হয় আৰু বনাবলৈও সহজ। সামগ্ৰী কেইবিধ গোটাই লৈ ধুনীয়া আইনাৰ গিলাচ এটাত এবিধৰ ওপৰত আন এবিধ দি সুন্দৰকৈ সজালেই হ'ল। মই এনেদৰে সজাইছো ---
( ১ ) ডালিমৰ গুটি
( ২ ) আনাৰস কেন্দি
( ৩ ) আইচক্ৰীম
( ৪ ) প্লামৰ টুকুৰা
( ৫) ফেটি লোৱা ক্ৰীম
( ৬ ) তৰমুজ ছছ আৰু এচেঞ্চ

No comments:
Post a Comment