তৰমুজ লেম'নেদ
Watermelon Lemonade
সামগ্ৰী-
তৰমুজৰ ৰস-এগিলাচ
তৰমুজৰ সৰু টুকুৰা-১০-১২
পানী চেকা দৈ-আধা কাপ
এটা নেমুৰ ৰস
মৌ এচামুছ
চাট মছলা-কলা নিমখ এচিকুটকৈ
বৰফৰ কিউব-৩-৪
প্ৰস্তুত প্ৰণালী- লেম'নেদ নেমুৰ ৰসেৰে তৈয়াৰ কৰা , শৰীৰ শীতল কৰি ৰখা এবিধ চৰবট। নেমুৰ ৰসৰ লগত পুদিনা অথবা যিকোনো ফলৰ ৰস মিহলাই লেম'নেদৰ সোৱাদ লব পাৰি। লেম'নেদ তৈয়াৰ কৰাৰ এঘন্টা আগতে দৈ আৰু তৰমুজৰ টুকুৰা কেইটা ঠান্ডা হবলৈ ফ্ৰীজত থব লাগিব। তৰমুজৰ ৰসৰ লগত মৌ,চাট মছলা আৰু কলা নিমখ গুলি লব। এতিয়া আইনাৰ গিলাচ এটাত প্ৰথমে দৈ দি চামুচ এখনেৰে হেঁচি দি ওপৰত তৰমুজৰ টুকুৰা ,ৰস আৰু বৰফৰ কিউব দি নেমুৰ টুকুৰাৰে সজাই পৰিবেশন কৰিব।

No comments:
Post a Comment