Friday, 23 March 2018

Paneer With Mithi & Vatua Sag

মিথি আৰু ভতুৱা শাকেৰে পনীৰ
Paneer With Mithi And Vatua Sag


সামগ্ৰী- মিথি-ভতুৱা শাক-এক মুঠিকৈ, পনীৰ-৩০০গ্ৰাম, জিৰা গুৰি-আধা চাহ চামুচ, নিমখ-জালুক-জলকীয়া গুৰি-সোৱাদৰ জোখত, বিলাহী-পিয়াজ-এটাকৈ, দৈ-আধা কাপ, আদা-নহৰু বটা-আধা চাহ চামুচকৈ, তেল-জোখ মতে, ধনীয়া পাত-অলপ

প্ৰস্তুত প্ৰণালী- কেৰাহীত জোখমতে তেল দি গৰম হলে প্ৰথমতে পিয়াজটো সৰুকৈ কাটি ভাজি লৈ বাকী মচলাখিনি ভাজিব। তাৰ পিছত বিলাহীটো কাটি দি অলপ সময় ভাজি মিথি-ভতুৱা শাক মিহিকৈ কুটি দি লগতে নিমখ দি দিব। এতিয়া দৈ দি হেতাৰে ভালকৈ লৰাই পানীৰৰ টুকুৰা দি ঢাকোন লগাই কম জুইত দহ মিনিট মান ৰাখি ধনীয়া পাত দি জুই বন্ধ কৰি দিব। ভাত অথবা ৰুটিৰ লগত খুবেই জুতি লগা হয়। 

No comments: