Monday, 19 February 2018

Wood Apple Flavoured Saandah Guri Pudding pi

পকা বেলৰ সোৱাদেৰে সান্দহ গুড়িৰ পুডিং
Wood  Apple  Flavoured Roasted Rice Powder (Saandah Guri)  Pudding

সামগ্ৰী - সান্দহ গুড়ি ১ বাতি, পকা বেলৰ ৰস ২ টেবুল চামুচ, ক্ৰীম ১ কাপ, গাখীৰ ২ কাপ, চেনি আধা কাপ বা জুতি মতে, মিহিকৈ কটা বাদাম ৮-১০ টা মান, ভেনিলা  এচেঞ্চ ১ চামুচ, জিলেটিন...

No comments: