বেংগলী পদ্ধতিৰে বনোৱা মিঠা দৈ
Bengali Misti Doi
সামগ্ৰী - গাখীৰ ২ লিটাৰ, দৈ ১ কাপ ,চেনি সোৱাদ অনুযায়ী , ইচ্ছা কৰিলে ইলাচি গুৰি এচিকুট দিব পাৰি
প্ৰস্তুত প্ৰণালী - প্ৰথমতে গাখীৰ উতলাই ঘন কৰি লব লাগিব। যেনে ৬ কাপ গাখীৰৰ পৰা ঘন হৈ ৫ কাপ ৰব লাগিব। সুদা কেৰাহীত ২ চামুচ চেনি কেৰামেল ( গলাই )কৰি লৈ গাখীৰ অলপ মিহলাই উতলি থকা গাখীৰত দিব।সুন্দৰ ব্ৰাউনিজ ৰং এটা আহিব। লগে লগে জুতি মতে চেনিও দিব। গাখীৰ ঘন হৈ আহিলে ঠাণ্ডা হবলৈ দিব। কুহুমীয়াতকৈ অলপ বেছি গৰম থাকোতে দৈ মিহলাই ৫-৬ ঘণ্টা পাকঘৰত ভালদৰে ঢাকি থব।গৰম পাই থাকিলে সোনকালে দৈ লাগিব। জাৰকালি অলপ বেছি সময় লাগিব পাৰে। খাবলৈ খুবেই তৃপ্তিদায়ক হয়।

No comments:
Post a Comment