পিয়াঁজ আলুৰ অমলেট লগত ছানি চাইদ আপ। ( Onion potato omlet with sunny side-up )
সামগ্ৰী- আলু ২টা,পিয়াঁজ ১টা, কেঁচা জলকীয়া ১টা, বিলাহী১টা,কণী ৩ টা, কিছেন কিং মচলা আধা চামুচ, নিমখ জালুকৰ গুৰি সোৱাদ অনুযায়ী, ধনীয়া পাত অলপ,তেল বা মাখন জোখ মতে ।
প্ৰস্তুত প্ৰণালী - আলু দুটা ৰুকি একাষে থৈ দিয়ক ,দুটা কণী ভালদৰে ফেটি লওঁক । কেৰাহীত তেল বা মাখন দি পিয়াঁজ বিলাহী ভাজি লৈ বাকী থকা মচলা বোৰ দি অলপ সময় ভাজি ৰুকি থোৱা আলু খিনি দি ভালদৰে লৰাই দিয়ক।ঢাকোন লগাই কম জুইত ১০ মিনিট থৈ দিব।ঢাকোন গুচাই এবাৰ লৰাই দি অমলেটৰ আকাৰ দি ওপৰত ফেটি থোৱা কণী ঢালি দিব।দুই মিনিটৰ পিছত অমলেট টো নমাই থব।ছানি চাইদ আপ বনাবলৈ কেৰাহীত সামান্য তেল দি কণীটো ভাঙি দি এক মিনিটপিছত জুই বন্ধ কৰি দি অলপ সময় ৰাখি নমাই আনিব।এই টো এটা খুবেই পুষ্টিকৰ আৰু সোৱাদ লগা অমলেট হয়।

No comments:
Post a Comment