গুজৰাটি খমন ঢৌকলা ( Gujarati khaman Dhokla )
সামগ্ৰী-বেচন ২ কাপ,চুজি ২ টেবুল চামুচ, দৈ আধা কাপ, নেমুৰ ৰস ২ চামুচ, নিমখ হালধি বেকিং পাউদাৰ আধা চামুচকৈ,আদা কেঁচা জলকীয়া বটা ১চামুচ, ৰিফাইন তেল ২ চামুচ, ইন'ফ্ৰুট চলত(salt ) ১চামুচ,পানী ১কাপ, চেনি১চামুচ
তৰ্কা - ৰিফাইন তেল ২চামুচ, সৰিয়হ আধা চামুচ, কেঁচা জলকীয়া ৪টা মান, চেনি ১চামুচ, নেমুৰ ৰস ২চামুচ, ধনীয়া পাত অলপ, পানী ১কাপ
প্ৰস্তুত প্ৰণালী - বেচনত বেকিং পাউদাৰ খিনি দি চালি লব।ইন' চামুচৰ বাহিৰে বাকী সামগ্ৰী লগলগাই অলপ অলপ কৈ পানী দি মালপোৱাৰ ঘোলৰ দৰে ঘোল বনাই ২০ মিনিট থৈ দিয়ক।ঢৌকলা ভাপত দিবলৈ পানী উতলিবলৈ দিব।ভাপত দিব পৰা পাত্ৰ এটাত অলপ তেল সানি ৰাখিব।এতিয়া বেচনৰ ঘোলটোত ইন' চামুচ দি ভালদৰে মিহলি কৰি লগে লগে তেল
সানি ৰখা পাত্ৰটোত ঢালি ভাপত ২০-২৫মিনিট সিজিবলৈ দিব।এটা কেৰাহীত তেল গৰম কৰি তৰকা বনাই ঢৌকলাৰ ওপৰত ঢালি দিব।

No comments:
Post a Comment