Saturday, 20 January 2018

Egg curry with Capsicum-Beet juice

কেপচিকাম-বিতৰ ৰসেৰে কণীৰ জুতি (Egg curry with capsicum -beet juice)

সামগ্ৰী-কণী ৮টা, কেপচিকা২টা, বিলাহী২টা, পিয়াঁজ২টা, বিতৰ ৰস আধাকাপ, তেল, বাতাৰ একো চামুচ কৈ, নিমখ জালুক জলকীয়া গুৰি জুতি মতে, আদা নহৰু বটা একো চামুচ কৈ, জিৰা গুৰি, গৰম মচলা আধা চামুচ কৈ

প্ৰস্তুত প্ৰণালী-কণী কেইটা সিজাই বাকলি গুচাই থওক।কেৰাহীত তেল গৰম হলে বাতাৰ চামুচ দি পিয়াঁজ ৰঙচুৱা কৈ ভাজিব।তাৰপিছত বিলাহী আৰু অন্যান্য মছলা ভাজি লৈ কেপচিকাম  ভাজিব।এতিয়া বিতৰ ৰস আৰু পানী এক গিলাচ দি উতলিবলৈ দিয়ক।ঘন হৈ আহিলে আঞ্জা খন নমাই থব।গৰম ভাতৰ লগত খুবেই জুতি লগা হয়।

No comments: